water bugswater chestnut

water caltrop (English) [ IPA: ˈwɔtər ˈkæltrəp ASM: ৱাটাৰ কেলট্ৰপ]
Contributed by: archana rajbongshi on 2006-10-09
1. Fruits(Common Noun-Common) any aquatic plant of the genus Trapa, bearing an edible, nutlike fruit, esp. T. natans, of the Old World. শিঙৰি এবিধ জলজ উদ্ভিদ৷ ইয়াৰ কাণ্ড পানীত ওপঙি থাকে আৰু ফলবোৰ পানীৰ তলত বিকশিত হয়৷ শিঙৰিৰ ফলটো পূৰঠ হ’লে ক’লা ৰং হয় আৰু তাৰ ভিতৰত গাখীৰৰ দৰে অংশ পোৱা যায়৷ ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷